অসম

নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ

asomiyapratidin
  • নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ।
  • বহুদিন ধৰি নুমলিগড়ত তাণ্ডৱ চলাই আহিছে বন্যহস্তীয়ে।
  • মৰঙী পথাৰ, ধলাগুৰি বাগান, কাঠনি, ৰংবং, হালোৱা গাঁও আদি অঞ্চলত হাতীৰ উপদ্ৰৱ।
  • হাতীয়ে অনিষ্ট কৰিছে বহু ধাননি পথাৰ।
  • গাঁওবাসীৰ নিদ্ৰাহৰণ কৰিছে বন্যহস্তীয়ে।