সমগ্ৰ অসমৰ লগতে নুমলীগড়ৰ তেলগৰমতো লকডাউনৰ প্ৰভাৱ সৰ্বাত্মক।সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে নুমলীগড়ৰ ৰাজপথ।জনশূণ্য ৰাজপথত কেৱল জৰুৰীকালীনে সেৱাৰ বাহনহে যাবলৈ দিয়া হৈছে।আইন উলংঘা কৰা লোকসকলৰ বিৰুদ্ধ ব্যৱস্হা লবলৈ সস্তম হৈ আছে নুমলীগড়ৰ আৰক্ষী প্ৰশাসন।