অসম

মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি…

asomiyapratidin
  • নুমলীগড়ৰ দৈগ্ৰোঙ চাহ বাগিচাৰ ১১ নং লাইনত মৰ্মান্তিক ঘটনা।
  • এটা পুখুৰীত পৰি তিনিটা শিশুৰ সলিল সমাধি।
  • খেলি থাকোতে হঠাতে পুখুৰীত পৰে শিশু কেইটা।
  • শিশু কেইটাৰ নাম সঞ্জয় খেৰীয়া(৬), ইশ্বাদ খেৰীয়া (৩) আৰু দেৱশীৰ্ষ খেৰীয়া(৩)।
  • সঞ্জয় খেৰীয়া আৰু ঈশ্বাদ খেৰীয়া ককাই-ভাই।
  • এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত চাঞ্চল্য।