- অসমবাসীৰ প্ৰতিবাদৰ ওচৰত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে।
- বিক্ৰী নহয় নুমলীগড় তেল শোধনাগাৰ।
- কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিছে সিদ্ধান্ত।
- কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় কেবিনেটত নুমলীগড় তেল শোধনাগাৰ বিক্ৰী নকৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।
- তেল শোধনাগাৰটো বিক্ৰী কৰাৰ কথা ওলোৱাৰে পৰা ৰাজ্যজুৰি প্ৰতিবাদ হৈছিল।
- ইফালে নীপকো, বিপিচিএল বিক্ৰী হ'ব বুলি জানিব পৰা গৈছে।