এন আৰ চি সম্পূৰ্ণ কৰাৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি৷২০১৯ চনৰ ৩০ জুনতহে সম্পূৰ্ণ হ'ব এন আৰ চিৰ কাম৷আৰ জি আয়ে এক জাননী যোগে বৃদ্ধি কৰিলে এন আৰ চিৰ সময়সীমা৷অৱশ্যে দাবী আপত্তিৰ সময়সীমা ৩১ ডিচেম্বৰেই বাহাল থাকিব৷