ঈদৰ দিনা অনুষ্ঠিত নহয় এন আৰ চিৰ শুনানি।৫ জুনত এন আৰ চিৰ শুনানিক লৈ সৃষ্টি হৈছিল বিতৰ্ক।ঈদৰ দিনা বাতিল কৰা হৈছে এন আৰ চিৰ শুনানী প্ৰক্ৰিয়া। এন আৰ চি কৰ্তৃপক্ষৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে এই কথা।ভুৱা প্ৰচাৰত গুৰুত্ব নিদিয়াৰ আহ্বান কৰ্তৃপক্ষৰ ।