- এন পি পিয়ে কেবৰ বিৰোধিতা কৰি আহিছিল।
- কিন্তু মেঘালয়ৰ এন পি পি সাংসদ আগাথা ছাংমাই কেবৰ সমৰ্থন কৰে।
- উল্লেখযোগ্য যে, এন পি পি নেতা তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই কেবৰ বিৰোধিতা কৰিছিল।
- লক্ষণীয়ভাৱে লোকসভাত কেবক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে সাংসদগৰাকীয়ে।