- ৰাজ্যৰ ১৪টা সমষ্টিত মুঠ নোটা ভোটৰ সংখ্যা হৈছে ১,৭৭,৯০১টা।
- ডিফু লোকসভা সমষ্টিত ৮১৯৪টা নোটা ভোট।
- বৰপেটাত মুঠ নোটা ভোটৰ সংখ্যা ৯৭১২।য
- ধুবুৰীত ১৯৭৮টা নোটা ভোট।
- ডিব্ৰুগড়ত ২১,২৮৮টা নোটা ভোট।
- গুৱাহাটীত ১০৪৩৭টা নোটা ভোট।
- যোৰহাটত ১২,৫৬৯টা ভোট নোটাৰ।
- কলিয়াবৰত ১৫,৮৪৫টা নোটা ভোট।
- কৰিমগঞ্জত ৬৫৫৫টা নোটাৰ ভোট।
- কোকৰাঝাৰত ১৫৯৯১টা নোটা ভোট।
- লখিমপুৰৰত ১৫১৪৭টা নোট ভোট।
- মঙলদৈত ১৮২৫৮টা নোটা ভোট।
- নগাঁৱত ১০৭৫৪টা নোটা ভোট।
- শিলচৰত মুঠ নোটা ভোট ৮৫৪৭টা।
- তেজপুৰত ১৫৬২৬টা নোটা ভোট।