উত্তৰ গুৱাহাটী ৰন্ধন গেছ প্রকল্পৰ বাহিৰত অঘটন।শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।গেছ চিলিণ্ডাৰ পৰিবাহী ট্রাকৰ খুন্দাত নিহত এজন।নিহত লোকজন বৰ্তমানেও চিনাক্ত হোৱা নাই।দুৰ্ঘটনাৰ পিছতে পলায়ন ট্রাকখনৰ চালক-হেণ্ডিমেন।ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক।