শনিবাৰৰ পৰা নাথাকিব সাপ্তাহিক লকডাউন । সাপ্তাহিক লকডাউনৰ লগতে প্ৰত্যাহাৰ নৈশ সান্ধ্য আইন । ৰাজ্যৰ জনসাধৰণক কোভিড প্ৰ'টকল মানি চলিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ । টুইটাৰ যোগে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জনালে এই কথা ।