অসম

অসম বিশ্ববিদ্যালয়ৰ চৌহদত ধৰ্ণা-প্ৰতিবাদ নিষিদ্ধ

asomiyapratidin
  • শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ চৌহদত ধৰ্ণা-প্ৰতিবাদ নিষিদ্ধ।
  • কৰ্তৃপক্ষৰ অনুমতি অবিহনে ধৰ্ণা, প্ৰতিবাদত নিষেধাজ্ঞা।
  • অসম বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোদ্ধে প্ৰতিবাদ কৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতে এই ঘোষণা।
  • বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্ত ৰায়ে কৰা মন্তব্যক লৈ ৰাজ্যত সৃষ্টি হৈছিল প্ৰতিবাদৰ।
  • শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিছে নিৰ্দেশনা।
  • নিৰ্দেশনা ভংগ কৰিলে উচিত ব্যৱস্থা গ্ৰহণ কৰিব কৰ্তৃপক্ষই।