অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হ'ব অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান কুল শইকীয়া।উপ সভাপতি হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃনালিনী দেৱী।এক সূত্ৰ অনুসৰি জানিব পৰা গৈছে এই খবৰ।১৩ ডিচেম্বৰত কৰা হ'ব আনুষ্ঠানিক ঘোষণা।