অসম

দেওবাৰৰ পৰা দিনৰ ১২ বজালৈ খোলা দোকান-পোহাৰ…

asomiyapratidin
  • দেওবাৰ অৰ্থাৎ ৬ জুনৰ পৰা ৰাজ্যত ১২ বজালৈ খোলা থাকিব সকলো বজাৰ, দোকান-পোহাৰ।
  • দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ জাৰি থাকিব।
  • দিনৰ ১ বজালৈ খাদ্য সামগ্ৰীৰ হোম ডেলিভাৰী চলাব পাৰিব।
  • পুৱাই বজাৰ-সমাৰত দেখা গ'ল গ্ৰাহকৰ ভিৰ।
  • কোভিডৰ সংক্ৰমণ সামান্য হ্ৰাস পোৱাৰ বাবেই ৰাজ্য চৰকাৰে লৈছে এই সিদ্ধান্ত।
  • ইয়াৰ পূৰ্বে দিনৰ ১১ বজাতে ৰাজ্যত দোকান-পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল।