অসম

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ…

asomiyapratidin
  • গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশে দেওবাৰে শপত গ্ৰহণ কৰে।
  • নতুন মুখ্য ন্যায়াধীশ হিচাপে পাঠ কৰিলে শপত বাক্য।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত ল'লে সুধাংশু ঢুলিয়াই।
  • নতুন মুখ্য ন্যায়াধীশগৰাকীক শপত বাক্য পাঠ কৰোৱালে উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশে।