অসম

শাৰদীয় উৎসৱৰ উৎসাহ অব্যাহত আছে নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজাস্থলীত, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ দেৱী বিসৰ্জনৰ পিছতো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শাৰদীয় উৎসৱৰ উৎসাহ অব্যাহত আছে নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজাস্থলীত।

১৫ অক্টোবৰৰ পৰা ১৯ অক্টোবৰৰ লৈকে সুশৃংখলিতভাৱে সমাপন হোৱাত পূজাস্থলীত ২০ অক্টোবৰত আয়োজন কৰা হয় সাংস্কৃতিক সন্ধিয়া। বহুকেইজন জনপ্ৰিয় শিল্পীয়ে গীত পৰিৱেশন কৰা এই অনুষ্ঠানৰ এটি ভিডিঅ'-