অসম

বিহুৰ সাংস্কৃতিক অনুষ্ঠান সন্দৰ্ভত নতুন নিৰ্দেশনা…

asomiyapratidin
  • আগন্তুক বিহুৰ সাংস্কৃতিক অনুষ্ঠান সন্দৰ্ভত নতুন নীতি-নিৰ্দেশনা।
  • স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে এই কথা সদৰি কৰে।
  • বিহু উদযাপনৰ বাবে প্ৰস্তুত কৰা হ'ব বিশেষ SOP ।
  • SOP ত থাকিব বিশেষ নীতি-নিৰ্দেশনা।
  • দৰ্শকসকলেও বৰ্তাই ৰাখিব লাগিব সামাজিক দূৰত্ব।