মৰিগাঁও নেলীত ভয়ংকৰ পথ দুৰ্ঘটনা।দলঙৰ ৰেলিঙত খুন্দা তীব্ৰবেগী ইনভা বাহনৰ। দুৰ্ঘটনাত নিহত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰত্নেশ্বৰ দাস। নগাঁৱৰ পৰা আহি আছিল ইনভাখন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ এছ ০১ এ ৱাই ৬৩১২