অসম

দুঃখবৰ! খ্যাতনামা চিত্রশিল্পী নীলপৱন বৰুৱা আৰু নাই

Asomiya Pratidin
  • ৰাজ্যবাসীৰ বাবে আন এক দুঃখবৰ।

  • খ্যাতনামা চিত্রশিল্পী নীলপৱন বৰুৱাৰ মৃত্যু।

  • ৩ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ।

  • দীৰ্ঘদিন ধৰি GMCHত চিকিৎসাধীন হৈ আছিল নীলপৱন বৰুৱা।

  • যোৰহাটৰ টীয়কত ১৯৩৬চনৰ ১জুনত জন্মগ্রহণ কৰিছিল নীলপৱন বৰুৱাই।