বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত।প্ৰতিবাদত নামিল নাজিৰাৰ অসমীয়া বাঙালী সমাজ।নাগৰিত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী।প্ৰতিবাদকাৰীয়ে দাহ কৰিলে বিধেয়কখনৰ প্ৰতিলিপিও।