নাজিৰাৰ লিকচন গাঁৱত নৃশংস হত্যাকাণ্ড।দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত।মৃত ৩৭ বছৰীয়া লোকজনৰ নাম প্ৰাণজিৎ গগৈ।হত্যাৰ সময়ত ঘৰত অকলে আছিল যুৱকজন।ঘটনাস্থলীত নাজিৰা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।