অসম

নাজিৰাত পত্নীয়ে হত্যা কৰিলে স্বামীক!

asomiyapratidin
  • শনিবাৰে নাজিৰাত উদ্ধাৰ হৈছিল মৃতদেহ।
  • পোহৰলৈ আহিছে ঘটনাৰে জড়িত ন ন তথ্য।
  • লক্ষেশ্বৰ গগৈ নামৰ লোকজনক হত্যা কৰিছিল পত্নীয়ে।
  • আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা।
  • মৃত লক্ষেশ্বৰ গগৈৰ পত্নীয়ে স্বীকাৰ কৰিছে হত্যা কৰাৰ কথা।
  • মেজেংগাৰৰ মইনাটিঙত সংঘটিত হৈছিল এই ঘটনা।