অসম

নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ…

asomiyapratidin
  • নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ।
  • ২ নাহফুটুকীৰ যুঁজৰ ফলতে মৃত্যু হোৱাৰ সন্দেহ।
  • খাদ্যৰ অভাৱৰ বাবেই কাজিয়াৰ সূত্ৰপাত ঘটাৰ সন্দেহ।
  • হাতীপটীৰ ওপৰ হাৰকিনাত উদ্ধাৰ মৃত বাঘ দুটা।
  • উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰে বন বিভাগে ।