অসম

নাৰায়ণপুৰৰ খেৰাজখাতৰ লখিমপুৰ পলিটেকনিকত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

asomiyapratidin
  • নাৰায়ণপুৰৰ খেৰাজখাতৰ লখিমপুৰ পলিটেকনিকত উত্তপ্ত পৰিস্থিতি।
  • শ্ৰেণী কোঠা এৰি প্ৰতিবাদত বহিল একাংশ ছাত্ৰ-ছাত্রী।
  • তাৎক্ষণিকভাৱে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা, বিদ্যুৎ যোগান, ছাত্ৰাবাস,পৰীক্ষাগাৰ নিৰ্মাণৰ দাবী ছাত্ৰ-ছাত্ৰীসকলৰ।
  • শিক্ষানুষ্ঠানখন বহু সমস্যাৰে ভাড়াক্ৰান্ত বুলি অভিযোগ শিক্ষাৰ্থীসকলৰ।
  • চৰকাৰ তথা ঠিকাদাৰৰ বিৰুদ্ধে গৰজি উঠিল ছাত্ৰ-ছাত্ৰীসকল।