অসম

নাৰায়ণপুৰৰ ধলপুৰত ব’লেৰ পিকআপে মহতিয়ালে বাইক আৰোহীক…

asomiyapratidin
  • লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰত পথ দুৰ্ঘটনা ।
  • ব'লেৰ পিক আপে মহতীয়াই নিলে বাইক আৰোহী যুৱকক ।
  • ফলত গুৰুতৰভাৱে আহত বাইক আৰোহী জন ।
  • স্থানীয় লোকৰ দ্বাৰা ধলপুৰ চিকিৎসালয়ত ভৰ্তি আহত যুৱক জনক ।
  • যুৱক জনৰ পৰিচয় এতিয়াও লাভ কৰা নাই ।
  • পালছাৰ বাইক খনৰ নম্বৰ এ এছ-১২-জে-১৯৫৭।
  • আনহাতে বলেৰ' পিক আপ খন নম্বৰ প্লেট বিহীন ।