অসম

নাৰায়ণপুৰৰ ধলপুৰত কোৰোনাত আক্ৰান্ত ২ আৰক্ষী জোৱান…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰ আৰক্ষী চকীত সোমবাৰে দুগৰাকী আৰক্ষী জোৱানৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। কোৰোনা ভাইৰাছত আক্ৰান্ত আৰক্ষী জোৱান দুজনৰ নাম ক্ৰমে- কেশৱ সন্দিকৈ (৩৯) আৰু ৰমেশ শৰ্মা (৫৫)।

স্থানীয় ধলপুৰ চৰকাৰী মজলীয়া বিদ্যালয় চেন্টাৰত উক্ত জোৱান দুজনে সোমবাৰে শ্বাব টেষ্ট কৰোৱাইছিল। তাৰপাছথ জোৱান দুজন কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰে আৰক্ষী চকীটোৰ লগতে কাষৰীয়া অঞ্চলটোত আতংকময় পৰিবেশে বিৰাজ কৰিছে।