অসম

নাৰায়ণপুৰত বন্যজন্তুৰ সন্ত্ৰাস…

asomiyapratidin
  • নাৰায়ণপুৰৰ পুলিনাহৰনিত দুটাকৈ কুকুৰনেচীয়া বাঘৰ সন্ত্ৰাস ।
  • নিশাৰ ভাগত অঞ্চলটোত প্ৰবেশ কৰি পোহনীয়া জীৱজন্তু বক্ষণ কুকুৰনেচীয়াৰ।
  • বিগত কেবাদিনো ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আছে বাঘ দুটাই ।
  • দিনৰ ভাগত জংঘলৰ মাজত সোমাই থাকি নিশা সন্ত্ৰাস চলাই অঞ্চলটোত ।
  • আতংকত দিন অতিবাহিত কৰিছে অঞ্চলটোৰ ৰাইজে ।
  • বন বিভাগক খবৰ দিছে যদিও বৰ্তমানলৈকে গুৰুত্ব দিয়া নাই বিভাগটোৱে ।