নলবাৰীৰ ঘগ্ৰাপাৰত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাৰ ফলত কেইবাটাও পশুধনৰ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক বাগৰি পৰে জানত। এইপৰ্যন্ত সন্ধান নাই ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ। দুৰ্ঘটনাৰ ফলত ট্ৰাখনত থকা ১২টা গৰুৰ মৃত্যু।