road accident
road accident road accident
অসম

নলবাৰীত পথ দুৰ্ঘটনা, বৃদ্ধাৰ দেহৰৰ ওপৰেৰে পাৰ হৈ গ’ল বাছৰ চকা

Asomiya Pratidin
  • নলবাৰীৰ গণেশ মন্দিৰৰ সমীপত পথ দুৰ্ঘটনা।

  • বৃহস্পতিবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

  • বৃদ্ধাৰ দেহৰৰ ওপৰেৰে পাৰ হৈ গ’ল বাছৰ চকা।

  • বৃদ্ধাগৰাকী বাছৰ পৰা নামিবলৈ লওতেই সংঘটিত এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাত থিতাতে নিহত বৃদ্ধাগৰাকী।

  • বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃত বৃদ্ধাগৰাকীৰ পৰিচয়।