অসম

নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ…

asomiyapratidin
  • নাজিৰাত উত্তপ্ত পৰিস্থিতি।
  • বিজেপিৰ বাইক ৰেলীৰ সময়তে উত্তপ্ত পৰিস্থিতি।
  • মন্ত্ৰী হিমন্তৰ বাইক ৰেলী বাধা কংগ্ৰেছৰ।
  • বাইক ৰেলী আবদ্ধ কৰি বিজেপি গ' বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ।
  • হিমন্ত বিশ্ব মুৰ্দাবাদ, বিজেপিৰ কাম নাই ধ্বনিৰে উত্তাল প্ৰতিবাদ।
  • কংগ্ৰেছ প্ৰতিবাদকাৰীসকলৰ নেতৃত্বত নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া।
  • কনভয়ৰ সন্মুখত থিয় হৈ হিমন্ত বিশ্ব শৰ্মাক ৰেলী কৰাত বাধা নেতাগৰাকীৰ।
  • দুইপক্ষৰ মাজত প্ৰচণ্ড হতাহতিৰো সৃষ্টি হয়।
  • পৰিস্থিতি ক্ৰমাৎ অনিয়ন্ত্ৰিত হোৱাৰ দিশে।
  • উপস্থিত আছে আৰক্ষীৰ কেবাগৰাকী উচ্চপদস্থ বিষয়া।