নাহৰকটীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী।ধৃত ব্যৱসায়ী দুজনৰ নাম চাৱাং লৱাং আৰু প্ৰাঞ্জল বুঢ়াগোহাঁই ওৰফে মুন্না।দুয়োজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰ, লগতে এখন বাইক।এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।