অসম

মৃত্যুদূত ৰূপত বিদ্যুৎ বিভাগ, বিদ্যুৎস্পৃষ্ট হৈ নাহৰকটীয়াত মৃত্যু এজনৰ

asomiyapratidin
  • মৃত্যুদূত ৰূপত ৰাজ্যৰ বিদ্যুৎ বিভাগ।
  • নাহৰকটীয়াৰ জয়পুৰত বিদ্যুৎ বিভাগত কৰ্মৰত শ্ৰমিকৰ মৃত্যু।
  • বিদ্যুতৰ তাঁৰ মেৰামতিৰ কাম কৰি থাকোতে বিদ্যুৎপৃষ্ট হৈ মৃত্যু প্ৰমোদ গগৈ নামৰ লোকজনৰ।
  • ইফালে গুৰুতৰভাৱে আহত হয় ধৰ্মেন গগৈ আৰু উপেন গগৈ নামৰ আন দুজন কৰ্মচাৰী।