অসম

নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিক বদলি…

asomiyapratidin
  • নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিক বদলি।
  • ডেপুটেশ্যনত NIAৰ দিল্লী মুখ্যকাৰ্যালয়লৈ বদলি কৰা হৈছে ৰায়মেধিক।
  • নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়া হৈছে গৌৰৱ অভিজিৎ দিলীপক।
  • পূৰ্বে ডিমা হাচাওৰ আৰক্ষী অধীক্ষক আছিল গৌৰৱ অভিজিৎ দিলীপ।
  • ইফালে ডিমা হাচাও আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়া হৈছে বীৰ বিক্ৰম গগৈ।