অসম

নগাঁৱৰ গমাৰিআটিত বন্ধ সমৰ্থকে ভাঙিলে ট্ৰাক

asomiyapratidin
  • নগাঁৱৰ গমাৰিআটিত বিক্ষিপ্ত ঘটনা ৷
  • বন্ধ সমৰ্থকে ভাঙিলে ট্ৰাক৷
  • ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি টাইব্ৰেল সংঘ আৰু জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে ঘোষণা কৰিছিল অসম বন্ধৰ।
  • আজিৰ অসম বন্ধৰ প্ৰভাৱ ঠায়ে ঠায়ে সৰ্বাত্মক ।