অসম

আদিবাসী জাতীয় মহাসভাই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ নগাওঁ জিলাৰ কঠিয়াতলীত মিশ্ৰিত

asomiyapratidin
  • ১৮ জানুৱাৰীৰ পুৱাৰে পৰা আদিবাসীসকলক জনজাতিকৰণৰ দাবীত আদিবাসী জাতীয় মহাসভাই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ নগাওঁ জিলাৰ কঠিয়াতলীত মিশ্ৰিত।
  • আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত যাান-বাহন চলাচল ।
  • দুৰণিবটীয়া গাড়ী চলাচল বন্ধ ।
  • খোলা আছে দোকান বজাৰ।