নগাঁৱত ডকাইতৰ গুলীত এজন নিহত।বৰঘাটত চলন্ত বাহনত আক্ৰমণ ডকাইতৰ।নিহত লোকজন গোলাঘাটৰ কেশৱ ৰানা।বিবাহৰ সামগ্ৰী কঢ়িওৱা বলেৰ' পিকআপত ডকাইতি।ডকাইতৰ আক্ৰমণত দুজন লোক আহত।আহত লোকদুজন কমল ছেত্ৰী, সঞ্জীৱ ছেত্ৰী।আহত দুয়োকে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি।