আটক দুজন
আটক দুজন 
নগাঁও

ৰহাত হেৰ'ইনসহ আটক দুজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰহাঃ নিষিদ্ধ দ্ৰব্যক লৈ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ জব্দ কৰা হৈছে হিৰইনসহ দুগৰাকীক ৷

চাপৰমুখত চাপৰমুখ আৰক্ষীৰ নিয়মীয়া তালাচিত ৮ টা কন্টেনাৰত ৫.৩৯ গ্ৰাম হেৰ'ইনসহ আৰক্ষীয়ে আটক কৰে কচুৱাৰ এহাল দম্পতিক ।

কৰ্মক্ষেত্ৰ ডিমাপুৰৰ পৰা ৰেলেৰে আহি চাপৰমুখ জংচনৰ পৰা নিজ ঘৰলৈ ৰাওনা হওতেই নিয়মীয়া তালাচিত আটক কৰে দুয়োজনক ৷ আটকাধীন দম্পতী হালৰ নাম কোৰ্বান আলি আৰু আচিয়া বেগম ।