নগাওঁ আৰক্ষীৰ সফলতাঃ প্ৰায় ১ কোটি ২০ লাখ টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ...
নগাওঁ আৰক্ষীৰ সফলতাঃ প্ৰায় ১ কোটি ২০ লাখ টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ... 
নগাঁও

নগাওঁ আৰক্ষীৰ সফলতাঃ প্ৰায় ১ কোটি ২০ লাখ টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ...

Asomiya Pratidin
  • নগাঁও আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত।

  • শুকুৰবাৰে এনে এক অভিযানত বৃহৎ সফলতা।

  • আৰক্ষীয়ে জব্দ কৰিছে ১ কোটি ২০ লাখ টকাৰ ড্ৰাগছ।

  • জুৰীয়া আমতলৰ পৰা ড্ৰাগছসহ এখন ক'লা ৰঙৰ ছেণ্ট্ৰ বাহন জব্দ।

  • মণিপুৰৰ পৰা নগাঁৱলৈ এই বাহনখনত কঢ়িয়াই আনিছিল ড্ৰাগছখিনি।

  • অৱশ্যে আৰক্ষীয়ে আটক কৰিব নোৱাৰিলে দুই সৰবৰাহকাৰীক।

  • বাহন এৰি পলাল দুই সৰবৰাহকাৰী।

  • জব্দকৰা বাহনখন আছে নগাওঁ সদৰ থানাত।

  • বাহনখনৰ নম্বৰ AS01 AH4226।