নগাঁও

ধিং-নগাঁও গড়কাপ্তানি পথৰ ৰাইডঙীয়াত ভয়াৱহ দুৰ্ঘটনা

Asomiya Pratidin
  • ধিং-নগাঁও গড়কাপ্তানি পথৰ ৰাইডঙীয়াত ভয়াৱহ দুৰ্ঘটনা

  • AS 02 CC 4723 নম্বৰৰ টাটা ম'বাইল আৰু AS 01 FG 2507 নম্বৰৰ টাটা টিয়াগৰ মাজত মুখামুখী সংঘৰ্ষ ৷

  • দুৰ্ঘটনা সংঘটিত কৰি দুয়োখন গাড়ী পথৰ পৰা তলত পৰে ৷

  • এই ভয়াbহ দুৰ্ঘটনাত ৫ জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে ৷

  • আহত আটাইকে চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ ৷

  • বটদ্ৰৱা থানত দৌলোৎসৱ চাবলৈ আহিছিল টাটা টিয়াগ গাড়ীখনত অহা যাত্ৰীসকল।

  • ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈছে।