কামপুৰত ছাত্র সন্ধানহীনঃ সম্ভেদ পালে খবৰ দিয়ক পৰিয়ালক...
 কামপুৰত ছাত্র সন্ধানহীনঃ সম্ভেদ পালে খবৰ দিয়ক পৰিয়ালক... 
নগাঁও

 কামপুৰত ছাত্র সন্ধানহীনঃ সম্ভেদ পালে খবৰ দিয়ক পৰিয়ালক...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ কামপুৰৰ থানাৰ অন্তৰ্গত চৰাইজুৰীয়া গাঁৱৰ মুকছিদুল ইছলাম নামৰ এগৰাকী ২০ বছৰীয়া ছাত্র সন্ধানহীন হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যোৱা শুকুৰবাৰে নিজ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিও কোনো অনুসন্ধান পোৱা নাই।

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ জনৰ কোনো লোকে কিবা সম্ভেদ পালে 7002623225 অথবা 6003997353 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।