নগাঁও

মোৱাইল টাৱাৰৰ পৰা পৰি ২৫ বছৰীয়া যুৱকৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁৱঃ

  • ধিঙৰ পানবাৰীত মোৱাইল টাৱাৰৰ পৰা পৰি ২৫ বছৰীয়া যুৱকৰ মৃত্যু

  • ১২০ ফুট ওখ টাৱাৰৰ পৰা পৰি মৃত্যু হয় যুৱকজনৰ

  • এয়াৰটেল কম্পেনীৰ টাৱাৰৰ পৰা পৰি মৃত্যু যুৱকৰ

  • মৃত যুৱকজনৰ নাম বিতু হাজৰিকা

  • বিতু হাজৰিকাৰ ঘৰ নগাঁৱৰ পলাশনীত