নগাঁৱত উদ্ধাৰ দুটা বোমা।জিলাখনৰ ৰণথলী ৰজাভেটিত উদ্ধাৰ হৈছে বোমা দুটা।ইতিমধ্যে বোমা উদ্ধাৰ হোৱা স্থানত উপস্থিত হৈছে আৰক্ষী।বোমা উদ্ধাৰৰ পাছতে অঞ্চলবাসী আতংকিত হৈ পৰিছে।আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।