নগাঁও চহৰত অঘটন।বিদ্যুৎ বিভাগৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ।বিস্ফোৰনৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড।জুইয়ে আৱৰি ধৰে পানীগাঁও চাৰিআলি।মেৰামতি নকৰা আৰু অধিক বিদ্যুৎ সৰবৰাহ কৰিব লগা হোৱাৰ বাবে বিস্ফোৰণ হোৱাৰ সন্দেহ।পানীগাঁও চাৰিআলিত আতংকময় পৰিৱেশ।