অসম

নগাঁৱৰ কঠীয়াতলীত ৰাবিজ ভৰ্তি ডাম্পাৰ আৰু বালি ভৰ্তি ট্ৰাক জব্দ, চাওক VIDEO

asomiyapratidin
  • নগাঁৱৰ কঠীয়াতলীত বন বিভাগৰ অভিযান।
  • অভিযানত এখন ৰাবিজ ভৰ্তি ডাম্পাৰ আৰু এখন বালি ভৰ্তি ট্ৰাক জব্দ।
  • চালান বিহীনভাৱে কঢ়িয়াই আনি থকা অৱস্থাত নেপালী খুঁটিত নগাঁৱৰ বন সুৰক্ষা কৰ্মীয়ে কঠীয়াতলী আঞ্চলিক বন বিভাগৰ সহযোগত জব্দ কৰে অবৈধ গাড়ী দুখন।
  • জব্দ অবৈধ ডাম্পাৰ খনৰ নং এএছ০১-জিচি-১৫৩২ আৰু ট্ৰাকখনৰ নং এএছ০৯-চি-২৬৯৯।