nagaon medical
nagaon medical  
অসম

নগাঁৱৰ অসামৰিক চিকিৎসালয়ৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ...

Asomiya Pratidin
  • নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক হাস্পতালত চাঞ্চল্য।

  • ব্লাড চেণ্টাৰৰ সমীপত মৃতদেহ উদ্ধাৰৰ পিছতে উত্তেজনা।

  • মৃতদেহৰ দুৰ্গন্ধ পাই একাংশ চিকিৎসা কৰ্মীয়ে সন্ধান উলিয়ায় মৃতদেহটোৰ।

  • মৃতদেহটো এই পৰ্যন্ত চিনাক্ত হোৱা নাই।

  • ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।

  • মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে মৃতদেহটো।

  • তাৰ পাছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।