অসম

নগাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবালাখ টকাৰ সম্পত্তি…

asomiyapratidin
  • নগাঁৱৰ চপানলাত বৃহস্পতিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড।
  • জুইত জাহ কেইবাখনো ব্যৱসায়িক প্রতিষ্ঠান।
  • কেইবালাখ টকাৰ সা-সম্পত্তি জাহ যায় জুইত।
  • স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপন বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।
  • বৈদ্যুতিক বিজুতিৰ ফলত এই অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ সন্দেহ।