নগাঁৱত অগ্নিকাণ্ড।বৰভেঁটিত এটা মৰাপাটৰ গুদামত দেওবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ড।কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।