- নগাঁও জিলাৰ কামপুৰত অঘটন।
- বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল এগৰাকী মহিলাৰ।
- পুৱা ঘৰৰ চোতাল সাৰি থকা অৱস্থাতে সংঘটিত হয় এই অঘটন।
- পদুলিত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক সাৱতি লয় মহিলাগৰাকীয়ে।
- মহিলাগৰাকীৰ ঘৰ ২ নং পুঠিমাৰীত।
- তেওঁৰ নাম সবিতা ৰাণী চৰকাৰ।
- মহিলাগৰাকীৰ মযত্যুৰ পাছতে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাৰ্ব্যস্ত কৰিলে স্থানীয় ৰাইজে।