অসম

নগাঁও আৰক্ষীৰ জালত ড্ৰাগচসহ তিনি যুৱক…

asomiyapratidin
  • নগাঁও আৰক্ষীৰ জালত ড্রাগছসহ ৩জন লোক।
  • ধৃত মিৰজা হুছেইন, প্রীতম মজুমদাৰ আৰু ইৰচাদ হুছেইন।
  • ধৃত লোককেইজনৰ পৰা জব্দ এখন ব্রীজাৰ বাহন।
  • ধিং ৰোডৰ পৰা নগাঁও এ টি ৰোড অভিমুখে গৈ থকা অৱস্থাত আটক।