অসম

নগাঁৱৰ জুৰীয়াৰ ৰাজপথত ডকাইতি

asomiyapratidin
  • নগাঁৱৰ জুৰীয়াত ডকাইতি কাণ্ড।
  • পিষ্টল দেখুৱাই ডকাইতে লুটি নিলে ধন।
  • ৰফিকুল ইছলামৰ পৰা ডকাইতে নিলে ১ লাখ টকা।
  • এছ বি আইৰ গ্ৰাহকসেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰ আছিল ৰকিবুল।
  • নগাঁৱৰপৰা জুৰীয়ালৈ আহি থকা সময়ত এই ঘটনা।
  • ৰাজপথৰ পৰাই ডকাইতি লুটি নিলে ধনখিনি।
  • জুৰীয়াৰ শিঙাৰীত সংঘটিত হয় এই ডকাইতি কাণ্ড।