অসম

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰু জাজৰি আৰক্ষীৰ অভিযান

Asomiya Pratidin
  • ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰু জাজৰি আৰক্ষীৰ অভিযান

  • ৰাইডঙীয়াৰ গৰৈমাৰী শিৱমন্দিৰৰ সমীপত ড্ৰাগছ সহ এজনক আটক

  • দুটা চাবোনৰ বাকচত ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে

  • অধিক তথ্যৰ বাবে বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষী দলটোৱে

  • ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ইছমাইল আলী, ঘৰ জাজৰি থানাৰ অন্তৰ্গত বগৰীগুৰি পামত।